ভয়ংকৰ বিপদত টীম ইণ্ডিয়া

192

ভয়ংকৰ বিপদত টীম ইণ্ডিয়া।কিয়নো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ আগেয়েই বিপদত পৰিল টীম ইণ্ডিয়া। অসুস্থতাৰ বাবে ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাত দেখিবলৈ পোৱা নাযাব দুধৰ্ষ বলাৰ মহম্মদ ছামিক।যাৰ বাবে অসুবিধাৰ সন্মূখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে টীম ইণ্ডিয়াৰ।