গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন ৫জনৰ ৪জনৰ মৃতদেহ উদ্ধাৰ৷
বৰ্তমানেও নিখোজ গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ৷
মনজিৎ সাহা, জিত মালাকাৰ, সৃজন মালাকাৰৰ মৃতদেহ উদ্ধাৰ৷
শ্মশানৰ পৰা উভতি আহোঁতে গেৰুৱা সুঁতিত সংঘটিত হয় এই দুৰ্ঘটনা৷