ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ বক্তৃতানুষ্ঠান বাতিল

59

ষ্টাফৰিপৰ্টাৰ, কৰ’ না ভাইৰাছৰ বাবে সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিয়ে তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাৰ্ষিক সোঁৱৰণী বক্তৃতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৫ জুলাইত অনুষ্ঠিত হ’ব লগীয়া
বক্তৃতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মিতালী গোস্বামী ট্ৰসিনে জানিবলৈ দিছে।