বৰপেটাৰোডৰ বীণাপাণি নাৰ্ছিংহোমত আজব কাণ্ড। আধাতে অস্ত্ৰোপচাৰ সামৰি ৰোগীক এৰি পলাল চিকিৎসক। ৰোগীক বৰপেটালৈ ৰেফাৰ কৰি পলায়ন ডাঃ আবুলেইছ মোস্তাকৰ। গলব্লাডাৰ অপাৰেছনৰ বাবে ৰৌছনাৰা আহমেদক কৰোৱা হৈছিল ভৰ্তি চিকিৎসালয়খনত। চিকিৎসকৰ পলায়নৰ পাছতে নাৰ্ছিংহোমখনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।
