বৃদ্ধি হৈয়েই আছে ছিকিমৰ বিভীষিকাত মৃতকৰ সংখ্যা৷ জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি হোৱাৰ বিপৰিতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১০০ৰো অধিক লোক৷উল্লেখযোগ্য যে SDRF-NDRFয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷পৰৱৰ্তী সময়ত কি হয় সেয়া সময়ত লক্ষণীয় হ’ব।