বিৱাহপাশত আৱদ্ধ হোৱাৰ বাবে মহিলাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব

148

বিৱাহপাশত আৱদ্ধ হোৱাৰ বাবে মহিলাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব। শেহতীয়াকৈ এই ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। কেন্দ্ৰক সামৰিক বাহিনীৰ এগৰাকী প্ৰাক্তন নাৰ্ছক ৬০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ ন্যায়ালয়ৰ।