বিহুৰ আনন্দৰ মাজতে শোকাৱহ ঘটনা

129

বিহুৰ আনন্দৰ মাজতে যোগীঘোপাত শোকাৱহ ঘটনা। মালবাহী ৰে’লৰ খুন্দাত এজন নিহত। যোগীঘোপাৰ চলন্তাপাৰা ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই ঘটনা। মৃত লোকজন চলন্তাপাৰা চতুৰ্থ খণ্ডৰ মইনাল হ’ক ।