ডিজিটেল ডেস্কঃ পুনৰ আগবাঢ়িব ধৰিছে মহাজোঁটবন্ধন৷ এই মুহূৰ্তত মহাজোঁটবন্ধন আগবাঢ়ি থকা আসনৰ সংখ্যা ১১৫ খন হৈছে৷ আনহাতে গতিত আগবাঢ়ি গৈছে বিজেপি নেতৃত্বাধীন এনডিএ৷ এই মুহূৰ্তৰ খবৰ মতে, এনডিএ ১২০ খন আসনত আগবাঢ়িছে৷ NDA তথা বিজেপি আৰু জেডিইউ-এ ১২০ খন আসনত আগবাঢ়িছে৷ হঠাতে পট পৰিবৰ্তন হোৱা দেখা গৈছে৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ চলি থকাৰ সময়তে উত্থান-পতনৰ সংখ্যাই নেতাৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ২৪৩ খন আসনৰ বিধানসভাৰ চৰকাৰ গঠন কৰিবলৈ ১২২ খন মেজিক নম্বৰৰ দৰকাৰ৷ কিন্তু এই সময়ত এনডিএ আগবাঢ়ি আছে৷ এনডিএ তথা বিজেপি আৰু জেডিইউ-এ ১২৩ খন আসনত আগবাঢ়ি আহিছে৷
Latest article
ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পোনপটীয়া বিমান সেৱা আৰম্ভ
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা বিমান সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত বিমান সংযোগ আৰু অধিক শক্তিশালী কৰিলে। এয়াৰলাইনে এতিয়া ডিব্ৰুগড় আৰু গুৱাহাটীৰ...
বাজেট ২০২৫: গড্ৰেজৰ চিএফঅ’ই এফএমচিজি খণ্ডৰ বাবে দেখিছে আশাৰ ৰেঙণি
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া আচিফ মালবাৰীয়ে এফএমচিজি খণ্ডৰ মূল স্তম্ভবোৰ শক্তিশালী কৰাৰ বাবে সন্তুলিত দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৫ক উচ্চ প্ৰশংসা...
আজি বিশ্ব জলাশয় দিৱস
আজি বিশ্ব জলাশয় দিৱস। বৰপেটাৰ ঐতিহাসিক কাপলা বিলত পাৰত পক্ষী উদ্যানত আজি বিশ্ব জলাশয় দিৱসটি পালন কৰা হয়।জলাশয় সংৰক্ষণৰ যোগেদি মাছ, পক্ষী আদিক ৰক্ষণাবেক্ষণ...