বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত ৰাইজে উৎকট গৰমত ভোগ কৰি আহিছে যমৰ যাতনা

172

বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত আজি কেইবাদিন ধৰি ৰাইজে উৎকট গৰমত ভোগ কৰি আহিছে যমৰ যাতনা। সমান্তৰালকৈ নাই বিদ্যুতৰ নিয়মীয়া যোগান। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত দিন নিশা একাকাৰ কৰি যন্ত্ৰণা ভোগ কৰি অহাৰ ফলত অতিষ্ঠ হৈছে বিহপুৰীয়া তথা লখিমপুৰৰ জনতা। উৎকট গৰমত অতিষ্ঠ জনতাই বিদ্যুৎ পাব কেতিয়া? কি কি’লে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই?সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হব।লখিমপুৰ জিলাৰ লগতে ধেমাজি জিলাতো অনিয়মীয়া বিদ্যুৎ যোগান বুলি জানিব পৰা গৈছে।