বিশিষ্ট সাহিত্যিক -চিকিৎসক ডা০ অপূৰ্ব কুমাৰ শইকীয়ালৈ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা

57
purbottar-asomiya-favicon

ৰাজ্যলৈ এটা ভাল খবৰ ৷ বিশিষ্ট সাহিত্যিক -চিকিৎসক ডা০ অপূৰ্ব কুমাৰ শইকীয়ালৈ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰে সাহিত্য একাডেমীয়ে ৷ সাহিত্যিক গৰাকীৰ বেংছতা নামৰ গল্প সংকলনৰ বাবে যঁচা হৈছে এই সন্মান ৷

গুৱাহাটী মহানগৰীৰ খানাপাৰা ই এছ আই চি মৰ্ডান হাস্পতালৰ মুখ্য চিকিৎসক। ডা:শইকীয়া ৷ আনহাতে ৰাজ্যৰ আন এগৰাকী প্ৰতিভাসম্পন্ন যুৱ লেখক দ্বিজেন কুমাৰ বৰালৈ আগবঢ়োৱা হৈছে যুৱ একাডেমি বঁটা ৷