বিটিচি নিৰ্বাচনৰ তাৰিখ ঘোষণা…

50

গুৱাহাটী: ঘোষণা কৰা হৈছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে আজি ঘোষণা কৰা অনুসৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।

ওদালগুৰি, বাক্সাৰ ২০ সমষ্টিত ৭ ডিচেম্বৰত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে চিৰাং আৰু কোকৰাঝাৰৰ ২০ সমষ্টিত ১০ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হব। আনহাতে ১২ ডিচেম্বৰত সম্পন্ন হব ভোটগণনা।