বিজেপি নেত্ৰীৰ পুত্ৰৰ দপদপনি

116

অসমত লোকসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতেই বিজেপি নেত্ৰীৰ পুত্ৰৰ দপদপনি।

হাতত AK-47 লৈ ছচিয়েল মিডিয়াত ভিডিঅ’ আপলোড।

তাৰ পাছতেই গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰীৰ পুত্ৰ।

হোজাইৰ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজক গ্ৰেপ্তাৰ আৰক্ষীৰ।

হাতত AK47 লৈ সামাজিক মাধ্যমত ভিডিঅ’ দিছিল ৰিয়াজ হুছেইনে।

হোজাইৰ ASP পল্লৱ তামূলীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৰিয়াজ হুছেইনক।

মহানগৰীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি আছিল ৰিয়াজে।