বিজেপি চৰকাৰৰ স্বচছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ।
গুৱাহাটী মহানগৰৰ ধেৰেনপাৰা দাতাল পাৰা কটাহৰীৰ এক অংশ ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে।
কাৰন যাতায়াত কৰিব নোৱাৰে
আজান ফকিৰ পথ
আৰু ভূপেন হাজৰিকা পথৰ মাজেদি
মৰা ভৰালু পাৰৰ যি নলা হৈ খন দুৰ্গন্ধ ময় হৈ পৰিছে
ধেৰেন পাৰা কটাহবাৰী হৈ বৈ যোৱা দিপৰ বিলৰ নলাটো অতি সোনকালেই ছাফা কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৰাইজে।
অসম চৰকাৰকো অনুৰোধ জনায়।
