বিগ বি অমিতাভ বচ্চন পজিটিভ

88

ষ্টাফৰিপৰ্টাৰ, বিগ বি অমিতাভ বচ্চনৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছে।ইতিমধ্যে তেওঁ নিজে টুইটাৰযোগে এই কথা অৱগত কৰিছে।তেওঁক উন্নত চিকিৎসাৰ বাবে মুম্বাইৰ নৱবতী হাস্পটালত ভৰ্তি কৰোৱা হৈছে।আনহাতে এতিয়ালৈকে তেওঁৰ পৰিয়ালৰ আন সদস্য সকলৰ ৰিপৰ্ট এতিয়ালৈ অহা নাই। উল্লেখ এইমাত্ৰ প্রাপ্ত তথ্য অনুসৰি বিগ বিৰ পুত্ৰ অভিষেশ বছনৰো দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ।