বাল্য বিবাহ এক সামাজিক ব্যাধি

521

বাল্য বিবাহ এক সামাজিক ব্যাধি ।চৰকাৰৰ বাল্যবিবাহৰ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি শতাধিক মহিলাৰ ।আজি যোৰহাট নগৰৰ মাজমজিয়াত বৃহত্তৰ যোৰহাট মহিলা সংগঠনে এক শোভাযাত্ৰা বাহিৰ কৰে। বাল্যবিবাহ যে এক সামাজিক ব্যাধি আৰু এই ব্যাধিয়ে সমাজৰ প্ৰজন্ম সমুহক ধ্বংসৰ গৰাললৈ ঠেলি দিয়ে সেয়ে বাল্যবিবাহক তীব্ৰ গৰিহণা দিয়াৰ লগতে চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই এক শোভাযাত্ৰা বাহিৰ কৰে শতাধিক মহিলাই