ষ্টাফৰিপৰ্টাৰ, কামৰূপ মেট্ৰ’ৰ লকডাউন শিথিলৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা গৈছে! কিছু সময় পূৰ্বে টুইট কৰি কাইলৈৰ সংশোধিত নিৰ্দেশনালৈ অপেক্ষা কৰাৰ আহ্বান ৰাজ্যৰ জনাইছে মুখ্য সচিবে। লগতে বাতিল হ’ব পাৰে লকডাউন শিথিলৰ সিদ্ধান্ত৷ শনিবাৰে মহানগৰীত পোৱা গৈছে ৭৭৭ কৰ’না পজিটিভ৷ কাইলৈ সংশোধিত নিৰ্দেশৰ ইংগিত মুখ্য সচিবৰ৷