বাংলাদেশৰ গায়কৰ ঘৰত অগ্নিসংযোগ

95

বাংলাদেশৰ গায়কৰ ঘৰত অগ্নিসংযোগ।

জনপ্ৰিয় লোক সংগীতজ্ঞ ৰাহুল আনন্দৰ ১৪০ বছৰ পুৰণি ঘৰ তথা সাংস্কৃতিক কেন্দ্ৰত অগ্নিসংযোগ।

অগ্নিসংযোগৰ সময়ত পত্নী-পুত্ৰসহ পলায়ন ৰাহুল আনন্দৰ।

২০২৩ চনৰ ঢাকা ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনো উপস্থিত হৈছিল ৰাহুল আনন্দৰ বাসগৃহত।