বহিঃৰাজ্যত নিৰুদ্দেশ তামুলপুৰৰ এজন যুৱক

179

বহিঃৰাজ্যত নিৰুদ্দেশ তামুলপুৰৰ এজন যুৱক। নিৰুদ্দিষ্ট যুৱকজনৰ নাম গণেশ ৰায়। ২৩ ফেব্ৰুৱাৰীৰ নিশা পত্নীৰ সৈতে কথা পাতিছিল মোবাইলত। শেষবাৰৰ বাবে মোবাইলত কান্দি কান্দি কথা পাতিছিল গণেশে। মেঘালয়ৰ কয়লা খনিৰ কামত নিয়োজিত আছিল গণেশ ৰায়।