বহিঃৰাজ্যত আৱদ্ধ প্ৰায় ৫ লাখ লোক অসমলৈ আহিবলৈ সাজু

75

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’ : বহিঃৰাজ্যত আৱদ্ধ প্ৰায় ৫ লাখ লোক অসমলৈ আহিবলৈ সাজু হৈছে। ছাত্ৰ-ছাত্ৰী, ৰোগী, শ্ৰমিককে ধৰি বহু লোক অসমলৈ আহিবলৈ সাজু হৈছে।
আন্তঃৰাজ্যিক যাতায়ত আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহত বৈঠক অনুষ্ঠিত হয়।
গৃহমন্ত্ৰী অমিত শ্বাহ, ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়।
বহিঃৰাজ্যত আৱদ্ধ লোকসকলক ৰে’লেৰে নিজ ৰাজ্যলৈ নিয়াৰ সিদ্ধান্আন্তঃৰাজ্যিক যাতায়তৰ সময়ত ব্যাপক কৰ’না সংক্ৰমণৰ আশংকা কৰা হৈছে।