বন বিভাগৰ বৃহৎ সফলতা

371

বন বিভাগৰ বৃহৎ সফলতা।এইবাৰ নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জুৰিৰৰপাৰত চালান বিহীনভাৱে কাঠ সৰবৰাহ কৰাৰ সন্দেহত স্থানীয় লোকে এখন কাঠৰ গাড়ী জব্দ কৰে। হামৰে়ণৰ পৰা কচুৱা তিনিআলি বজাৰ অভিমুখে আহি থকা অৱস্থাত ৰাইজৰ সন্দেহ ওপজাত গাড়ীখন ৰখাই সোধা-পোছা কৰাত চালান দিব নোৱাৰাত AS-02-CC-8559 নম্বৰৰ 407 পিকাপ গাড়ীখন জব্দ কৰে।আৰু বনবিভাগৰ লোকক সমজাই দিয়ে।