বটদ্ৰৱা কাণ্ডৰে জড়িত আন এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।
বটদ্ৰৱা আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক।
ধৃত অভিযুক্তজনৰ নাম জহিৰুল ইছলাম।
ইফালে নিশা ভোমোৰাগুৰি গাঁৱত অভিযান চলাই ওমৰ ফাৰুক নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ইতিমধ্যে ৩৪ জনক চিনাক্ত কৰিছে আৰক্ষীয়ে।
ইয়াৰ ১০ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।
