বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
দৰঙৰ ধূলা আৰক্ষীয়ে ধূলাৰ বেচিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক হৈ থকা বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আলাউদ্দিনক।
প্ৰায় ৬ কিলোমিটাৰ খেদি খেদি গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তজনক।
ভিডিঅ’ ফুটেজৰ জৰিয়তে চিনাক্ত কৰা হৈছিল আলাউদ্দিনক।
বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডৰ মূল অভিযুক্ত এইজন আলাউদ্দিন।
