হোলীৰ আনন্দৰ মাজতে বঙাইগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।
গুলীবিদ্ধ ড্রাগছ সৰবৰাহকাৰীটোৰ নাম মহম্মদ হুছেইন।
অভিযান চলাবলৈ নি থাকোতে পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীটোৱে।
এই ঘটনাত সুকেন ঘোষ, হিৰেন দাস নামৰ দুই আৰক্ষীও আহত হৈছে।
গুলীবিদ্ধ মহম্মদ হুছেইনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।
