বঙাইগাঁও GRPৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোহাঁইক ৰিজাৰ্ভ ক্ল’জ।
এগৰাকী বাইক আৰোহীক খুন্দিয়াইছিল ৰাজীৱ গোহাঁয়ে।
বঙাইগাঁৱৰ চিলাৰায় উৰণসেতুত শুকুৰবাৰে নিশা সংঘটিত হৈছিল দুৰ্ঘটনা।
ৰাজীৱ গোহাঁইৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা GRPৰ SP অক্ষত গাৰ্গৰ।