ষ্টাফ ৰিপ’ৰ্টাৰ,,,১১ এপ্ৰিল।। সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা মহামাৰী ক’ৰণা ভাইৰাছৰ পৰা দেশক ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন জন। ফাইনাৰৰ উদ্যোগত “অসম আৰোগ্য নিধিলৈ” ক’ভিড-১৯ ফাণ্ডৰ জৰিয়তে ৫০ লাখ টকাৰ বৰঙণি আগবঢ়োৱা হয়। ফাইনাৰৰ সভাপতি পবিত্ৰ বুঢ়াগোহাঁই, উপ সভাপতি বজৰং লোহিয়াই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেকখন আগবঢ়ায়।
