পৰ্যটনকাৰী সকলৰ বাবে দু খবৰ।দুদিনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ থাকিব জীপ চাফাৰী-এলিফেণ্ট চাফাৰী। ৬ আৰু ৭ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী-এলিফেণ্ট চাফাৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভ্ৰমণৰ বাবে প্ৰশাসনে লৈছে এই সিদ্ধান্ত।