প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু তিথী উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

54

ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু তিথী উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ইয়ং বিগেডৰ সভাপতি দীপ বায়নে বৃহস্পিবাৰে মহানগৰীত একাংশ সাংবাদিক আৰু সাধাৰণ ৰাইজক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰে ।অৰ্ধশতাধিক সাংবাদিক – ৰাইজৰ মাজত বিতৰণ কৰা খাদ্য সামগ্ৰীৰ টোপলাত আছিল চাউল , দাইল , আলু, মিঠাতেল , নিমখ , চাবোন আদি।