প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰাহুল চেত্ৰী জামিন

96

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহিষ্কৃত সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীক ডিব্ৰুগড় আদালতে মঞ্জুৰ কৰিলে জামিন। প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাহুল চেত্ৰী।