প্ৰাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন।উল্লেখযোগ্য যে কাইলৈ হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত । ৰাণী নৰহৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল। ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰি হোৱাৰ অভিযোগ উঠিছিল। যোৰহাট জিলাত হেণ্ড টিউবৱেল বহুওৱাৰ নামত কেলেংকাৰি কৰাৰ অভিযোগ উঠিছিল।বহু কেইটা কেলেংকাৰি সন্দৰ্ভত ২০১৭ চনত ৰুজু হৈছিল এটা গোচৰ ।

