প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোনিক বাৰ্তালাপ

88

ষ্টাফৰিপৰ্টাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোন যোগে বাৰ্তালাপ কৰে মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে l ৰাজ্যৰ বান পৰিস্থিতি, গৰাখহনীয়া, কভিড১৯ আৰু বাঘজান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে l মুখ্যমন্ত্ৰীয়ে সমস্যা সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে l