ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজধানীক্ষেত্ৰ। দিল্লীবাসীয়ে দৈনিক ২৬টাকৈ চিগাৰেটৰ সেৱনৰ সমান বায়ু প্ৰদূষণৰ মাজত বসবাস কৰিবলগীয়া হৈছে।বায়ু প্ৰদূষণৰ বাবে ৰাজধানী চহৰখনৰ বাসিন্দাই শ্বাস- প্ৰশ্বাসৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে।