সমাগত পৌৰ নিগমৰ নিৰ্বাচক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল।
এইবাৰ পৌৰ নিগমত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে।
ইতিমধ্যে নিৰ্বাচনক লৈ দুখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আপে।
আজি সন্ধিয়ালৈ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা।
পঞ্জাৱ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে আম আদমী পাৰ্টী।
জানিব পৰা মতে, পৌৰ নিগমৰ ৬০টা ৱাৰ্ডতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে।
