পূজাৰ নামত চান্দা তুলি ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

261

আকৌ চান্দা সংস্কৃতিৰ বিৰোধিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দুৰ্গা পূজাৰ পূৰ্বে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ।

পূজাৰ নামত চান্দা বিচাৰি ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

চান্দা বিচাৰি সৰু-বৰ ব্যৱসায়ীক হাৰাশাস্তি কৰাটো হিতকৰ কাৰ্য নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

সকলোৰে সহযোগিতাৰে এই চান্দাৰ অপসংস্কৃতিক চিৰদিনৰ বাবে বিদায় জনোৱাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ।