- পূজাৰ আনন্দৰ মাজতে নগাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা।
- নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন ।
- উল্লেখযোগ্য যে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
- জানিব পৰা মতে নগাঁৱৰ কুৰুৱাবাহী চাৰিআলিত সংঘটিত এই ভয়ানক দুৰ্ঘটনা।
- আটাইকেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।
