পুনৰ বিস্ফোৰণৰ ভাবুকি

15

৬ দিনত বিমানত বিস্ফোৰণৰ ৭০টা ভাবুকি।

ভাৰতীয় বিমান সংস্থাসমূহক ভূৱা বোমা বিস্ফোৰণৰ ভাবুকি।

ভাবুকিৰ পাছতেই দিল্লীত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক।

বৈঠকৰ সময়ত বিমান সংস্থাৰ প্ৰতিনিধিসকলে বিচিএএছৰ ডিজি জুলফিকাৰ হাছানৰ সৈতে ধাৰাবাহিকভাৱে বোমাৰ ভাবুকিৰ বাবে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে।