নগা দুস্কৃতিকাৰীৰ সন্ত্ৰাসত নহয়, এইবাৰ বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজ।নাহৰফুটুকীয়ে ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁৱখনত সৃষ্টি কৰিছে আতংকৰ।ইতিমধ্যে বাঘটোৱে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ পোহনীয়া গৰু- ছাগলী আক্ৰমণ কৰি আহত কৰিছে । বাঘৰ ভয়ত সন্ধিয়াতেই দুৱাৰ মাৰি ঘৰৰ ভিতৰ সোমাইছে গাঁৱবাসী।
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...