পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক।
১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন।
১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ।
মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ।