নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত আহত ৰশ্মি ৰাজোৱাৰ নামৰ এগৰাকী কিশোৰী। মূৰ, হাত, ভৰিত গুৰুতৰভাৱে আঘাত পাইছে কিশোৰীগৰাকীয়ে। নিশা ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত কিশোৰীগৰাকীক আক্ৰমণ বন্যহস্তীৰ। সম্প্ৰতি JMCHত জীৱন-মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকীয়ে। মৰঙিৰ গৰঙা অঞ্চলত এই ঘটনা। বৰ্তমানেও বন্যহস্তীৰ এটা জাকে বিচৰণ কৰি আছে মৰঙি অঞ্চলত।
Latest article
যোগান শৃংখলৰ মনেটাইজেচনৰ ক্ষেত্ৰত ইকাৰ্টৰ ৮গুণ বৃদ্ধিয়ে ভাৰতৰ লজিষ্টিক বজাৰত নিৰ্ধাৰণ কৰিছে নতুন মানদণ্ড
ভাৰতৰ ৪পিএল লজিষ্টিক উদ্যোগৰ অগ্ৰণী প্ৰতিষ্ঠান ই-কাৰ্টে যোৱা ৩ বছৰত যোগান শৃংখলৰ মনেটাইজেচন(মুদ্ৰাকৰণ)ৰ ক্ষেত্ৰত উল্লেখযোগ্য ৮গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ বিস্তৃত লজিষ্টিক নেটৱৰ্কে...
ৱাকফ (সংশোধনী) বিধেয়কৰ জেপিচিৰ অষ্টম বৈঠক বৰ্জন বিৰোধীৰ
বিৰোধী সাংসদসকলে বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত জেপিচিৰ অষ্টম বৈঠক বৰ্জন কৰে। সাংসদসকলে অভিযোগ কৰিছিল যে জেপিচিৰ সভাপতি জগদম্বিকা পালে যথাযথ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ...
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ
অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰতি কম বয়সীয়া শিক্ষাৰ্থীসকলৰ আগ্ৰহী কৰি তোলাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে...