পুনৰ বনবিভাগৰ সফল অভিযান

554

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বন বিভাগে এক ব্যাপক অভিযান চলায়।

অভিযানত বন বিভাগে জব্দ কৰে চোৰাং কাঠসহ এখন ব’লেৰ পিকআপ বাহন।

উল্লেখযোগ্য যে চাৰিদুৱাৰ বন বিভাগে এক গোপন সুত্ৰৰ পম খেদি গড়মৰাৰ পৰা জব্দ কৰে চোৰাং কাঠসহ এখন ব’লেৰ পিকআপ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷