১৬ জানুৱাৰীৰ পৰা ৪২ লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী ব্যক্তিক ৰেচন কাৰ্ড দিব ৰাজ্য চৰকাৰে। মুঠ ১০ লাখ ৭৩০০টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব অৰুণোদয় আঁচনি। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।