পুনৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

101

উৎকোচ লওঁতেই পুনৰ হাতে লোটে গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়া।

এইবাৰ হাইলাকান্দিত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ভূমি বস্তােবস্তি কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী।

গ্ৰেপ্তাৰ লখিপুৰৰ সহকাৰী ভূমি বন্দােবস্তি কাৰ্যালয়ৰ সহকাৰী পাটােৱাৰী উৎপল কুমাৰ নাথ।

ভূমি প্ৰমাণপত্ৰৰ কামৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰকৰ জালত পৰিছে চৰকাৰী বিষয়াগৰাকী।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াভাৱে ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া কৰ্মচাৰী। যোৱা দুমাহত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে ২৭জন চৰকাৰী কৰ্মচাৰী