পুনৰ কোৰোনাত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী

84

পুনৰ কোৰোনাত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী।

দ্বিতীয় বাৰৰ বাবে কোৰোনাত আক্ৰান্ত হৈছে নেত্ৰীগৰাকী।

বৰ্তমান হোম আইশ্যলেছনত আছে ছোনীয়া গান্ধী।

উল্লেখ্য যে, দুমাহ পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল কংগ্ৰেছৰ নেত্ৰীগৰাকী।

যাৰ বাবে সেই সময়ত তেওঁ চিকিৎসাধীন হ’বলগীয়াও হৈছিল।

কিন্তু সুস্থ হৈ উঠাৰ পিছতে পুনৰ কোভিড-১৯ ধৰা পৰে তেওঁৰ দেহত।