পুনৰ আন এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য

232

পুনৰ আন এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য।এইবাৰ মঙলদৈৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। স্কুটাৰ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত মাতৃ-পুত্ৰ। মঙলদৈৰ ইণ্ডাষ্ট্ৰী চ’কত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত গেৰিমাৰীৰ জুৰি বৰুৱা শইকীয়া, পৰাগজ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে।