নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

94

নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত এজনক জীৱন্তে উদ্ধাৰ।

সংকটজনক অৱস্থাত চিকিৎসাধীন বিমানখনৰ পাইলট মনীষ ৰত্ন শ্বাকিয়া।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন।

বিমানখনত আছিল ১৯গৰাকী যাত্ৰী।