নুমলীগড়ৰ বিষ্ণুপুৰ অঞ্চলৰ ১ নং পংকাগ্ৰাণ্টৰ এজন ব্যক্তিৰ ঘৰৰ কুঁৱাৰ পৰা মৰঙি অঞ্চলৰ সৰ্পবন্ধু ৰূপে খ্যাত “প্ৰসন্নদীপ বৰদলৈ”য়ে বকিয়াল খণ্ড বনবিষয়া “কুলদীপ বৰ্মন”ৰ নেতৃত্বত অহা এটা বনকৰ্মী দলৰ সহযোগত বিষাক্ত সাপটো উদ্ধাৰ কৰি এক বিপদৰ পৰা ৰক্ষা কৰে পৰিয়ালটোক। সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈৰ সহযোগত বনবিভাগে সাপটো দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। প্ৰকতিৰ ভাৰসাম্য নিয়ন্ত্ৰনৰ বাবে বিষাক্ত জীৱ জন্তু বোৰ সংৰক্ষনৰ বাবে ৰাইজক আহ্বান জনায় সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈয়ে।
Latest article
শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক
শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক।উল্লেখযোগ্য যে গোসাঁইগাঁও মহকুমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰত যোৱা নিশা হঠাৎ দপ দপকৈ জ্বলি উঠিল...
মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমবাৰলৈ চেম্পিয়ন খিতাপ দখল নিউজিলেণ্ডৰ
অভিজ্ঞ এমেলিয়া কেৰৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দেওবাৰে ইয়াত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডে প্ৰতিদ্বন্দি দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ...
দক্ষিণ ভাৰতৰ জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডু আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ চৰ্চাৰ কাৰণ হৈছে এক বিবৃতি, য'ত তেওঁ বৃদ্ধৰ বৰ্ধিত জনসংখ্যাৰ বিষয়ে...