নুমলীগড়ত এটা আঘাতপ্ৰাপ্ত হাতীৰ চটফটনি

192

নুমলীগড়ত এটা আঘাতপ্ৰাপ্ত হাতীৰ চটফটনি । ঢপলিয়াই ফুৰিছে হাতীটৌৱে ।নুমলীগড়ৰ বকিয়ালৰ দৃশ্য এয়া । এটা আঘাতপ্ৰাপ্ত হাতীয়ে ঢপলিয়াই ফুৰিছে। গাঁৱৰ পথেৰে প্ৰৱেশ কৰি চাহ বাগিচাত আশ্ৰয় লৈছে হাতীটোৱে।মূৰত আঘাতপ্ৰাপ্ত হৈছে বুলি স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে । হাতীটোৱে বকিয়াল চাহ বাগিচাৰ বিভিন্ন হাবিতলীয়া ঠাইত আশ্ৰয় লৈ আছে হাতীটোৱে । জানিব পৰা মতে এতিয়ালৈকে উপস্থিত হোৱা নাই বন বিভাগৰ লোক ।