নিলম্বন চিকিৎসক মৃদুপৱন নাথক৷
সেৱা বিধি উলংঘন আৰু বিধি বহিৰ্ভূতভাৱে কৰ্তব্যত অনুপস্থিত থকাৰ কাৰণতে নিলম্বন চিকিৎসকজনক৷
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল ডাঃ নাথ৷