নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন৷ খহি পৰিল গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ৷ লগে লগে বন্ধ হৈ পৰিল প্ৰকল্পটোৰ পানী যোৱা পথসমূহ৷ যাৰ ফলত সম্পূৰ্ণৰূপে শুকাই যায় সোৱণশিৰি নদী৷