নতুন ৰাজনৈতিক দল গঠন কৰিব চুপাৰষ্টাৰ ৰজনীকান্তে

58

ডিজিটেল ডেস্ক: নতুন ৰাজনৈতিক দল গঠনৰ বাবে সাজু হৈছে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত। শেহতীয়াকৈ তেওঁ ঘোষণা কৰা মতে ২০২১ চনত গঠন কৰা হব এটা নতুন ৰাজনৈতিক দল।

আগন্তুক বৰ্ষৰ পহিলা মাহতে এই দলটোৰ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।