নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত অগ্নিকাণ্ড

84

নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত অগ্নিকাণ্ড।

বি জে ইলেক্ট্ৰনিক প্ৰতিষ্ঠানখনত লাগিল জুই।

অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত।

কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখা, আন ৪খন দোকান।

অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নির্বাপণ কৰে জুই।